Public App Logo
Jansamasya
News
Bjp
National
Bihar
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
���ाजस्थान
Jharkhand
Rajasthan
���ध्यप्रदेश
���मित_शाह
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
���रियाणा
Haryana
���ादी
Crimenews
Nda
School
Cbi
Politics

লক্ষীপুৰ: জলেশ্বৰৰ ভালুকমাৰী গাওঁত জল জীৱন মিচন আচনিৰ নামত ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ

Lakhipur, Goalpara | Jul 6, 2025
জলেশ্বৰৰ ভালুকমাৰী গাওঁত জল জীৱন মিচন আচনিৰ নামত ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ।ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৰাইজৰ।গোৱালপাৰাৰ জলেশ্বৰৰ ভালুকমাৰি গাওত জল জীৱন আচনিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। ঠিকাদাৰ ওৱাহিদুজ জামান আৰু কনিষ্ঠ অভিযন্তাৰ চৰম হেমাহি আৰু দুৰ্নীতিৰ বাবেই চাৰি বছৰে সম্পূৰ্ণ নহল জলেশ্বৰ ভালুকমাৰি গাৱৰ জল জীৱন আচনিৰ প্ৰকল্প। ফলত বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈছে গাঁৱৰ ৰাইজ।