Public App Logo
Profile Picture

Abdus Subhan

@abdussubhan71
73259Followers
0Following
বালিজানা: গোৱালপাৰা জিলাৰ শিঙিমাৰীত বন্যহস্তীৰ উপদ্ৰৱত আতংকিত ৰাইজ
লক্ষীপুৰ: লক্ষীপুৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এবিভিপিৰ দুটাকৈ পদৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়
বালিজানা: গোৱালপাৰা চহৰৰ মৰিয়মনগৰত  বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত
বালিজানা: গোৱালপাৰাৰ খৰমুজাত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ
বালিজানা: খৰমুজাত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চোৰাং কাঠ ধৰি বনবিভাগক চমজাই দিয়াৰ পিছত বনাঞ্চলিক বিষয়াৰ মন্তব্য
বালিজানা: কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১৫২ নং বেটেলিয়নৰ উদ্যোগত  চহৰৰ ডি এন সিনহা ষ্টেডিয়ামত"স্বচ্ছতা হী সেৱা কাৰ্যসূচী
লক্ষীপুৰ: গোৱালপাৰাৰ লক্ষীপুৰত দুখনকৈ তোৰণৰ শুভ উদ্বোধন কৰা হয়
দুধনৈ: দুধনৈত চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত আটক গভাইত চোৰ, উত্তম-মাধ্যম সোধাই গতাই দিলে আৰক্ষীক
বালিজানা: গোৱালপাৰা চহৰৰ মৰিয়মনগৰত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ
বালিজানা: গোৱালপাৰাত অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ সংবাদমেল
বালিজানা: গান্ধী জয়ন্তী উপলক্ষে স্বচ্ছ ভাৰত অভিযানৰ অধীনত জিলা কৃষি বিভাগৰ সভাকক্ষত ছাত্ৰ ছাত্ৰী সকলৰ মাজত প্ৰদৰ্শনীৰ আয়োজন কৰা
মাটিয়া: বজাত নৱাগত শিমলীতোলা এনচি চৰত সংঘটিত হয় এক ভূঅগ্নিকাণ্ডৰ ঘটনা
বালিজানা: গোৱালপাৰাৰ সংৰক্ষিত আৰক্ষী ছাউনীত অসম আৰক্ষী দিৱস পালন কৰা হয়
বালিজানা: ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস উপলক্ষে গোৱালপাৰাত সজাগতা ৰেলী উলিওৱা হয়
বালিজানা: গোৱালপাৰাৰ ডুবাপাৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক
বালিজানা: ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস উপলক্ষে গোৱালপাৰাত সজাগতা ৰেলী উলিওৱা হয়
বালিজানা: অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাই গোৱালপাৰা ভ্ৰমণ কৰে
মাটিয়া: নৱাগত শিমলীতোলাত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰে আমছুৰ উত্তাল প্ৰতিবাদ
বালিজানা: ৰাক্ষসিনী অঞ্চলৰ ভূমি আৰু বৈধ অধিকাৰ সুৰক্ষাৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ আছৰুৰ
বালিজানা: গোৱালপাৰাৰ দৰথি কলিতাই AJS পৰীক্ষাত সমগ্ৰ অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰি ন্যায়াধীশ হোৱাৰ গৌৰৱ অৰ্জন কৰে
বালিজানা: গুলচন কোম্পানীৰ বিৰুদ্ধে প্ৰদূষণৰ  বিৰুদ্ধে জিলা আয়ুক্তক স্মাৰক অসম উন্নয়ন পৰিষদৰ
বালিজানা: মৰনৈৰ গুলচন কোম্পানীৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ দাবীৰে জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান অসম উন্নয়ন পৰিষদৰ
মাটিয়া: গোৱালপাৰা জিলাৰ ফুলনৈ পাৰ ঘাটত আয়োজন কৰা নাওঁ খেল বাতিল হোৱাত  দোকানী সকলৰ পৰা আয়োজক সমিতিয়ে টকা লোৱা সন্দৰ্ভত সংবাদ
বালিজানা: ৰাজাপাৰা ফুটবল প্ৰতিযোগিতাত কুৰুৱাভাষা চেম্পিয়ন হয়
বালিজানা: গোৱালপাৰা মহাবিদ্যালয়ত  প্ৰাগজ্যোতিষ আন্তঃৰাষ্ট্ৰীয় নৃত্য মহোৎসৱৰ ধ্ৰুপদী নৃত্যৰ বিশেষ কৰ্মশালা অনুষ্ঠিত হয়