Public App Logo
Jansamasya
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
No video available

সোণাৰি: চাফ্ৰাই চাহ বাগিছাত,ৰঙাপথাৰ ,খনা মহন গাওঁত চৰাইদেউ জিলা আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই ৩১০লিটাৰ নষ্ট কৰে

Sonari, Charaideo | Mar 15, 2024
চৰাইদেউ জিলাৰ চাফ্ৰাই চাহ বাগিছা, ৰঙাপথাৰ,খনা ,মহন গাওঁত চৰাইদেউ জিলা আবকাৰী বিভাগ আৰু চাফ্ৰাই আৰক্ষীৰ সহযোগত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই ৩১০ লিটাৰ চুলাইৰ পাছ আৰু অবৈধ চুলাই মদ ১৫ লিটাৰ নষ্ট কৰিবলৈ সক্ষম ৷

MORE NEWS