সোণাৰি: বিজেপিৰ চৰাইদেউ জিলা কাৰ্যালয়ত বিজেপিৰ যোগদান সভা, উপস্থিত সাংসদ তপন কুমাৰ গগৈ
শুক্ৰবাৰে ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলা কাৰ্যালয়ত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ উপস্থিতত অনুষ্ঠিত হয় বিজেপিৰ এখনি যোগদান সভা।বিৰোধী দলৰ বহু লোক বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰে।লগতে উপস্থিত থাকে চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাচা।