আমাৰ শেহতীয়া মিউজিক ভিডিঅ’টো আজি মুক্তি পাইছে। ❤️
আশা কৰোঁ, আপোনালোক সকলোৱে মৰম, সহায় আৰু সমৰ্থনেৰে আমাৰ কাষত থাকিব। 🙏
🎤 Singer: Pradip Guwala
✍️ Lyrics: Pradip & Nihaz Ahmed
🎼 Composer: Pradip Guwala
🎹 Music: Dilip Borgohain
ভিডিঅ’টোৰ লিংকটো Collaboration Profile-ৰ Bio-ত উপলব্ধ আছে। ❤️
চাব, শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মৰম-ভালপোৱা আগবঢ়াব। 🙏❤️
.
.
.
.
.
#lakhimpurbuzz #northlakhimpur #northlakhimpurvibes❤️ #fypppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppp