📌ধুবুৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভা অনুষ্ঠিত
📌কাছাৰীহাট এম.ই. স্কুলত অনুষ্ঠিত সভাত জ্যেষ্ঠ নাগৰিকসকলৰ সমস্যা, দাবী আৰু অধিকাৰ ৰক্ষাৰ সন্দৰ্ভত আলোচনা
📌সংগঠনটোক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কেইবাটাও সিদ্ধান্ত গ্ৰহণ, অংশগ্ৰহণ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিৰ
#NewsUpdate #AssamNews #PrimeNews #PrimeNews24