বাক্সা জিলাৰ শিমলাত আজি বিটিআৰ চৰকাৰৰ দ্বাৰা নিৰ্মাণ কৰি উলিওৱা মিনি চিনেমা হোল ৰঙা ফিটা কাটি উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্মই। মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্মই আজি মিনি চিনেমা হোল উদ্বোধন কৰি আনন্দিত হৈ পৰে। মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্মক আজি বিটিআৰৰ বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ মণ্টু বড়োৱে সংগ দিয়া পৰিলক্ষিত হয়।