গোগামুখ: বৰদলনিত বৃদ্ধ পেঞ্চনাৰ ভৱনত বৰদলনি আটাছু সমিতিৰ উদ্যোগত কেন্দ্ৰীয় ভাৱে মে ডাম মে ফী উদযাপন
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ধেমাজি বৰদলনিত বৃদ্ধ পেঞ্চনাৰ ভৱনত কেন্দ্ৰীয় ভাৱে মে ডাম মে ফী উদযাপন।আটাছু বৰদলনিৰ উদ্যোগত আয়োজিত অনুষ্ঠানত পুৱা পৰিৱেশ নিকাৰনে আৰম্ভ কৰি তাই পতাকা উত্তোলন কৰাৰ লগতে মৈডামত চাকি বন্তি জ্বলাই তাই আহোম সকলৰ বংশধৰ উপৰি পুৰুষক সুঁৱৰি শ্ৰদ্ধাঞ্জলি জনায় ।