গোগামুখ: ধেমাজি জিলা বৰদলনি বেণুধৰ হাজৰিকা ৰাজহুৱা পেক্ষাগৃহত ধেমাজি জিলা বৰদলনি মণ্ডলৰ গুৰুত্ব পূৰ্ণ কাৰ্যনিবাহ সভা
ধেমাজি জিলা গোগামুখ বৰদলনি বেণুধৰ হাজৰিকা ৰাজহুৱা পেক্ষাগৃহত ধেমাজি জিলা বৰদলনি মণ্ডলৰ কাৰ্যনিবাহ সভা আয়োজন কৰা হয় । উক্ত সভাত গাঁও চ'লো অভিযান কাৰ্যসূচীত সন্দৰ্ভত গুৰুত্ব পূৰ্ণ ভাৱে আলোচনা । লোকসভা সমষ্টিৰ পাকখনত কি দৰে ৰাষ্ট্ৰীয় দল টোক ৰাইজৰ মাজলৈ লৈ গৈ কি দৰে সবল শক্তিশালী কৰিব পাৰি এই সম্পৰ্কে আলোচনা কৰা হয় সভাত উপস্থিত থাকে ধেমাজি জিলা বিজেপি সাধাৰণ সম্পাদক বিপ্লৱ কোঁৱৰ, কোষাধক্ষ ভূৰাম দত্ত, জিলা সম্পাদক পৰ্ণৱ দাস লগতে বিষয় ববিয়া উপস্থিত থাকে