গোগামুখ: গোগামুখ নিৱাসী অৱসৰপ্ৰাপ্ত শিক্ষক সদ্যপ্ৰয়াত ৰামচন্দ্ৰ দলে বাসগৃহত অসম শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু
ধেমাজি জিলাৰ গোগামুখ নিৱাসী অৱসৰপ্ৰাপ্ত শিক্ষক সদ্যপ্ৰয়াত ৰামচন্দ্ৰ দলে ডাঙৰীয়াৰ বাসগৃহত অসম চৰকাৰৰ মাননীয় কেবিনেট শিক্ষামন্ত্ৰী তথা ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ ৰণোজ পেগু, উক্ত খন ত তেওঁ লগত উপস্থিত থাকে bjp গোগামুখ মণ্ডলৰ সভাপতি তথা DAC কাৰ্যবাহী সদস্য ৰাকেশ বৰদেউৰী লগতে জেষ্ঠ নেতা কৰ্মী, উপস্থিত হৈ তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু শোকাৰ্ত পৰিয়ালবৰ্গক সমবেদনা জনাই।