পশ্চিম যোৰহাট: নিৰাময় চিকিৎসালয়ত ভৰ্তি গেলাবিলতত মৰেল পুলিচিঙৰ ঘটনাত আঘাতপ্ৰাপ্ত যুৱকক,গাত ভোটজলকীয় নিমখ সানি অত্যাচাৰ একাংশৰ
যোৰহাটৰ নিৰাময় চিকিৎসালয়ত ভৰ্তি গেলাবিলতত মৰেল পুলিচিঙৰ ঘটনাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত যুৱকক । গাত ভোটজলকীয়া , নিমখ সানি অত্যাচাৰ চলোৱা হৈছিল যুৱক জনক । চোৰ কৰাৰ অভিযোগ তুলি একাংশই এনেদৰে এদিন পূৰ্বে নিৰ্মম অত্যাচাৰ চলাইছিল । দোষীৰ উচিত শাস্তি বিচাৰিছে পিতৃ মাতৃয়ে ।