Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Notoadulteration
Railinfra4uttarpradesh
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Capacitybuilding
Educationforall
Worldwaterday
Railsafety
Chaitranavratri
���ंतर्राष्ट्रीय_वन_दिवस
Kalpanachawla
No video available

মাহমৰা: মাহমৰাৰ খনিকৰ বৰনামঘৰত আসন প্ৰতিষ্ঠা আৰু ভাগৱত পাঠ অনুষ্ঠানত উপস্থিত থাকে কেবিনেট মন্ত্ৰী যোগেন মহন

Mahmora, Charaideo | Mar 11, 2024
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ মিলন পঞ্চায়তৰ অন্তৰ্গত খনিকৰ নামঘৰত আজি বিয়লি ভাগৱতীয়া সমাজৰ আসন প্ৰতিষ্ঠা আৰু ভাগৱত পাঠৰ অনুষ্ঠানত উপস্থিত থাকি ভকত-বৈষ্ণৱৰ ওচৰত সেৱা লয় মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে ৷ এই অনুষ্ঠানত কেবিনেট মন্ত্ৰীগৰাকীৰ লগতে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক নৱ বৰুৱা, দলীয় কাৰ্যকৰ্তা, খনিকৰ বৰনামঘৰৰ পৰিচালনা সমিতি, ভকত-বৈষ্ণৱ আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷

MORE NEWS