সোণাৰি: চৰাইদেউ পৰ্যটন ভৱনত চৰাইদেউ বাতৰিৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱসত সংগীত শিল্পী প্রশান্ত ৰাজখোৱাক চৰাইদেউ ৰত্ন বঁটা প্ৰদান
চৰাইদেউৰ পৰ্যটন ভৱনত অনুষ্ঠিত হ'ল চৰাইদেউ বাতৰিৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস। আচাম ট্রিবিউন কাকতৰ বিশিষ্ট সাংবাদিক মণোজ বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উদ্ধোধনি বক্তব্য ৰাখে সোনাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। অনুষ্ঠানটোত সমাজ জীৱনৰ বহু কেইটা ক্ষেত্ৰলৈ বৰঙণী আগবঢ়োৱা অসমৰ ভিন্ন প্ৰান্তৰ কেইবাগৰাকী লোকক সম্বর্ধনা জনায় ৷