সোণাৰি: নৰেন্দ্ৰ মোদী তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হোৱাত মথুৰাপুৰ তিনিআলিত বিজয় উৎসৱ উদযাপন বিজেপিৰ দলীয় কৰ্মকৰ্তাৰ
নৰেন্দ্ৰ মোডী তৃতীয়বাৰলৈ প্ৰধান মন্ত্ৰী হোৱাক লৈ চৰাইদেউ জিলাৰ মথুৰাপুৰত "বিজয় উৎসৱ” উদযাপন দলীয় কৰ্মকৰ্তাৰ ৷নৰেন্দ্ৰ মোডী তৃতীয়বাৰলৈ প্ৰধান মন্ত্রী হোৱাক লৈ ৰাজ্যৰ প্রান্তে প্রান্তে "বিজয় উৎসব” উদযাপন ভাৰতীয় জনতা পাৰ্তীৰ দলীয় কৰ্মীৰ আজি মথুৰাপুৰ সদৰ তিনি আলিত ভাৰতীয় জনতা পাৰ্তী কৰ্মকৰ্তা সকলৰ বিজয় উৎসৱ পালন কৰে ৷