Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
India
रेलवे
Coronavirus
कांग्रेस
बीजेपी
Congress
Modi
Delhi
Viral
Dm
Rajasthan
Bollywood
Patna
Breakingnews
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
Uttarpradesh
Haryana
Uttarakhand
जिलाधिकारी
Crimenews

নলবাৰী: চহৰস্থিত নলবাৰী নাট্য মন্দিৰত আৰম্ভ হৈছে আদ্য শৰ্মা সদৌ অসম নাট প্ৰতিযোগিতা

Nalbari, Nalbari | Nov 1, 2025
অসম নাট্য সন্মিলন নলবাৰী জিলা সমিতিৰ উদ্যোগত নলবাৰী নাট্য মন্দিৰত আদ্য শৰ্মা সদৌ অসম নাট প্ৰতিযোগিতা আৰম্ভ । ৰাতিপুৱা পতাকা উত্তোলন, প্ৰয়াত শিল্পীৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰা হয় । এই অনুষ্ঠানত জিলাখনৰ কেবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে । প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ ২৩ টা নাট্য দলে যোগদান কৰা বুলি জানিব দিয়ে সমিতিয়ে। প্ৰতিযোগিতাস্থলী নলবাৰী নাট্য মন্দিৰ প্ৰাঙ্গনত এখনি চিত্ৰ প্ৰদৰ্শনী আয়োজন কৰিছে ।

MORE NEWS

♦নলবাৰী ডেক্সটিৰিটি ইন্টিগ্রেটেড একাডেমীৰ নীট পৰীক্ষাত সফলতা দেখুওৱা ছাত্ৰ -ছাত্ৰীক লৈ বিশাল সমদল
#neetresult 
#Nalbari 
#axombroadcast24

♦নলবাৰী ডেক্সটিৰিটি ইন্টিগ্রেটেড একাডেমীৰ নীট পৰীক্ষাত সফলতা দেখুওৱা ছাত্ৰ -ছাত্ৰীক লৈ বিশাল সমদল #neetresult #Nalbari #axombroadcast24

Nalbari, Nalbari | Jul 20, 2026

♦অসম বাজেট ২০২৬-২৭ সন্দৰ্ভত বিধায়ক নাৰায়ণ ডেকাৰ সংবাদমেল সম্বোধন
#nalbari
#narayandeka 
#axombroadcast24

♦অসম বাজেট ২০২৬-২৭ সন্দৰ্ভত বিধায়ক নাৰায়ণ ডেকাৰ সংবাদমেল সম্বোধন #nalbari #narayandeka #axombroadcast24

Nalbari, Nalbari | Jul 20, 2026

♦ফাদিল হ'ল নলবাৰীৰ জিম ট্ৰেইনাৰ কাৰ্তিক কাশ্যপৰ অকাল মৃত্যুৰ ৰহস্য 
♦ধনৰ লেনদেনৰ বাবেই অকাল মৃত্যু ঘটিল সূন্দৰ সুঠাম যুৱক কাৰ্তিক কাশ্যপৰ
♦মৃত্যুৰ আগমুহুৰ্তত কাৰ্তিকে নিজৰ মোৱাইলত ভিডিও কৰি ৰাখি গল প্ৰমাণ 
♦বিগত ৬ জুলাইত মৃত্যু হৈছিল নলবাৰীৰ ভদ্ৰা গাঁও নিবাসী কৃষ্ণ মজুমদাৰ আৰু মীৰা মজুমদাৰৰ একমাত্ৰ পুত্ৰ জিম ট্ৰেইনাৰ কাৰ্তিক কাশ্যপৰ
#Nalbari 
#Kartikkashyapdeathissue
#firloadged 
#axombroadcast24

♦ফাদিল হ'ল নলবাৰীৰ জিম ট্ৰেইনাৰ কাৰ্তিক কাশ্যপৰ অকাল মৃত্যুৰ ৰহস্য ♦ধনৰ লেনদেনৰ বাবেই অকাল মৃত্যু ঘটিল সূন্দৰ সুঠাম যুৱক কাৰ্তিক কাশ্যপৰ ♦মৃত্যুৰ আগমুহুৰ্তত কাৰ্তিকে নিজৰ মোৱাইলত ভিডিও কৰি ৰাখি গল প্ৰমাণ ♦বিগত ৬ জুলাইত মৃত্যু হৈছিল নলবাৰীৰ ভদ্ৰা গাঁও নিবাসী কৃষ্ণ মজুমদাৰ আৰু মীৰা মজুমদাৰৰ একমাত্ৰ পুত্ৰ জিম ট্ৰেইনাৰ কাৰ্তিক কাশ্যপৰ #Nalbari #Kartikkashyapdeathissue #firloadged #axombroadcast24

Nalbari, Nalbari | Jul 20, 2026