Public App Logo
Jansamasya
News
पुलिस
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
कानपुर
Pm
Uttarpradesh
Haryana
Lucknow

⭕ ২৬ দিনৰ অন্তত সোণম ৱাংচুকে ভংগ কৰিলে অনশন ⭕ কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনশন ভংগ বিশিষ্ট বিজ্ঞানী তথা পৰিৱেশবিদ সোণম ৱাংচুকৰ । #hungerstrikeended #hungerstrike #sonamwanhchuk #CentralGovernment #axombroadcast24

Nalbari, Nalbari | Jul 24, 2026

MORE NEWS

♦বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ মহানুভৱতা 
♦৫০ লক্ষাধিক টকাৰ বান সাহায্য লৈ দলীয় কৰ্মীৰ সৈতে নাজিৰালৈ ৰাওনা বিধায়ক নাৰায়ণ ডেকা
#helpinghands 
#narayandeka 
#flood 
#shivsagar 
#NaazirRa 
#barkhetry 

Narayan Deka, Barkhetri

♦বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ মহানুভৱতা ♦৫০ লক্ষাধিক টকাৰ বান সাহায্য লৈ দলীয় কৰ্মীৰ সৈতে নাজিৰালৈ ৰাওনা বিধায়ক নাৰায়ণ ডেকা #helpinghands #narayandeka #flood #shivsagar #NaazirRa #barkhetry Narayan Deka, Barkhetri

Nalbari, Nalbari | Jul 24, 2026

♦নলবাৰীত আজিৰে পৰা অনুস্থিত হৈছে অসম এথলেটিকছ চেম্পিয়নশ্বিপ প্ৰতিযোগিতা 
♦সৰিয়হতলী ক্ৰীড়া প্ৰকল্পত আজিৰে পৰা ২৬ জুলাইলৈকে অনুষ্ঠিত হ'ব ৪৭ সংখ্যক অসম এথলেটিকছ প্ৰতিযোগিতা 
♦অগ্নিশিখা প্ৰজ্বলন কৰি প্ৰতিযোগিতাৰ আনুষ্ঠানিক উদ্বোধন কৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই
#nalbari 
#athletics 
#shampionship 
#jayantamallabaruah 
#axombroadcast24

♦নলবাৰীত আজিৰে পৰা অনুস্থিত হৈছে অসম এথলেটিকছ চেম্পিয়নশ্বিপ প্ৰতিযোগিতা ♦সৰিয়হতলী ক্ৰীড়া প্ৰকল্পত আজিৰে পৰা ২৬ জুলাইলৈকে অনুষ্ঠিত হ'ব ৪৭ সংখ্যক অসম এথলেটিকছ প্ৰতিযোগিতা ♦অগ্নিশিখা প্ৰজ্বলন কৰি প্ৰতিযোগিতাৰ আনুষ্ঠানিক উদ্বোধন কৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই #nalbari #athletics #shampionship #jayantamallabaruah #axombroadcast24

Nalbari, Nalbari | Jul 24, 2026

♦নলবাৰীৰ দিঘেলীত পুৱতি নিশা ৰাইজে কৰায়ত্ত কৰিলে গৰু চোৰ 
♦দিঘেলীৰ ভক্তদলা চুবুৰীত গৰু চোৰ কৰিবলৈ আহি জালত পৰিল তিনি গৰু চোৰ
♦তিনি গৰু চোৰক ৰাইজে শোধালে উত্তম মধ্যম 
♦কৰায়ত্ত গৰু চোৰ কেইটা আব্দুল লতিফ,চাদ্দাম আলী আৰু চহিদুল আলী
#Cattlethiefcaughtbylocals 
#nalbari 
#digheli 
#axombroadcast24

♦নলবাৰীৰ দিঘেলীত পুৱতি নিশা ৰাইজে কৰায়ত্ত কৰিলে গৰু চোৰ ♦দিঘেলীৰ ভক্তদলা চুবুৰীত গৰু চোৰ কৰিবলৈ আহি জালত পৰিল তিনি গৰু চোৰ ♦তিনি গৰু চোৰক ৰাইজে শোধালে উত্তম মধ্যম ♦কৰায়ত্ত গৰু চোৰ কেইটা আব্দুল লতিফ,চাদ্দাম আলী আৰু চহিদুল আলী #Cattlethiefcaughtbylocals #nalbari #digheli #axombroadcast24

Nalbari, Nalbari | Jul 24, 2026

⭕ ২৬ দিনৰ অন্তত সোণম ৱাংচুকে ভংগ কৰিলে অনশন ⭕ কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনশন ভংগ বিশিষ্ট বিজ্ঞানী তথা পৰিৱেশবিদ সোণম ৱাংচুকৰ । #hungerstrikeended #hungerstrike #sonamwanhchuk #CentralGovernment #axombroadcast24 - Nalbari News