♦নলবাৰীত আজিৰে পৰা অনুস্থিত হৈছে অসম এথলেটিকছ চেম্পিয়নশ্বিপ প্ৰতিযোগিতা
♦সৰিয়হতলী ক্ৰীড়া প্ৰকল্পত আজিৰে পৰা ২৬ জুলাইলৈকে অনুষ্ঠিত হ'ব ৪৭ সংখ্যক অসম এথলেটিকছ প্ৰতিযোগিতা
♦অগ্নিশিখা প্ৰজ্বলন কৰি প্ৰতিযোগিতাৰ আনুষ্ঠানিক উদ্বোধন কৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই
#nalbari
#athletics
#shampionship
#jayantamallabaruah
#axombroadcast24
Nalbari, Nalbari | Jul 24, 2026