Public App Logo
Jansamasya
���ादसा
News
Bjp
National
Bihar
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
���ाजस्थान
Jharkhand
Rajasthan
���ध्यप्रदेश
���मित_शाह
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
���रियाणा
Haryana
���ादी
Crimenews
Nda
School
Cbi

বাক্সা: মথনগুৰীৰ বেলগুৰীত বিপিএফৰ আশীৰ্বাদ যাত্ৰা কাৰ্যসূচীত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ অংশগ্রহণ

Baska, Baksa | Aug 11, 2025
বাক্সা জিলাৰ মথনগুৰীৰ বেলগুৰীত আজি বিপিএফৰ আশীৰ্বাদ যাত্ৰা কাৰ্যসূচী অনুষ্ঠিত হয়। আজিৰ এই কাৰ্যসূচীত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে অংশগ্রহণ কৰে। কাৰ্যসূচীৰ জৰিয়তে মথনগুৰী পৰিষদীয় সমষ্টিৰ বিপিএফ প্ৰাৰ্থী বেগম আকতাৰা আহমেদক উষ্ম আদৰণি জনোৱা হয়। কাৰ্যসূচীত পাঁচ সহস্ৰাধিক লোকে অংশগ্রহণ কৰি বিপিএফ জিন্দাবাদ, হাগ্ৰামা মহিলাৰী জিন্দাবাদ, বেগম আকতাৰা আহমেদ জিন্দাবাদ আদি ভিন্ন শ্ল'গান দিয়ে ।

MORE NEWS

বাক্সা: মথনগুৰীৰ বেলগুৰীত বিপিএফৰ আশীৰ্বাদ যাত্ৰা কাৰ্যসূচীত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ অংশগ্রহণ - Baska News