Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
बिहार
बीजेपी
भाजपा
विधायक
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
पटना
Rahulgandhi
Haryana
Crimenews
Bareilly
Breaking
Election
Politics
उत्तराखंड

ওদালগুৰি: ভৈৰৱকুণ্ডত গাঞ্জাৰ ঘাটিত আৰক্ষীৰ অভিযানত দুজনক গ্ৰেপ্তাৰ,১২৪কেজি গাঞ্জাসহ বহু সামগ্ৰী জব্দ

Udalguri, Udalguri | Nov 26, 2025
এইবাৰ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ভৈৰৱকুণ্ডত গাঞ্জাৰ ঘাটি উৎখাত কৰে ওদালগুৰি আৰক্ষীয়ে। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ২৬নবেম্বৰত দিনৰ ১০-৩০মান বজাত ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম ) মুজাফৰ হুছেইন, সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ্বল গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে ভৈৰৱকুণ্ডত অভিযান চলায়। অভিযানকালত আৰক্ষীৰ দলটোৱে ১২৪ কেজি গাঞ্জা জব্দ কৰাৰ লগতে ভাং শোধন কৰা বিভিন্ন সামগ্ৰীৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰে।
ওদালগুৰি: ভৈৰৱকুণ্ডত গাঞ্জাৰ ঘাটিত আৰক্ষীৰ অভিযানত দুজনক গ্ৰেপ্তাৰ,১২৪কেজি গাঞ্জাসহ বহু সামগ্ৰী জব্দ - Udalguri News