Public App Logo
Jansamasya
Railway
Bsf
Meerut
Raebareli
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
Rahul
Indianews
New_delhi
Crpf
Viralvideo
Latestnews
Shorts
���ामनवमी
Cuttack
���द
Lakhimpurkheri
���त्नी
No video available

মাহমৰা: কেবিনেট মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত মৰাণহাটত দুই সক্ৰিয় কংগ্ৰেছ নেতাৰ বিজেপি দলত যোগদান, মন্ত্ৰীৰ উষ্ম আদৰণি

Mahmora, Charaideo | Feb 20, 2024
চৰাইদেউ জিলাৰ মৰাণহাট জ্যোতিপুৰত অৱস্থিত কেবিনেট মন্ত্ৰী যোগেন মহনৰ বাসসৃহ কাৰ্যালয়ত আজি পুৱা মাহমৰা সমষ্টিৰ দুগৰাকী সক্ৰিয় কংগ্ৰেছ নেতাই বিজেপি দলত যোগদান কৰে ৷ যোগদান কৰা নেতাদুগৰাকী হৈছে মাহমৰা সমষ্টিৰ কংগ্ৰেছৰ পশ্চিম ব্ল'কৰ সহকাৰী সম্পাদক ভাস্কৰ চেতিয়া আৰু অভয়পুৰ মণ্ডল কংগ্ৰেছৰ সাধাৰণ সম্পাদক চানু আলি ৷ দুয়োকে দলীয় টুপী আৰু অংগবস্ত্ৰৰে উষ্ম আদৰণি জনাই কেবিনেট মন্ত্ৰী যোগেন মহন আৰু চৰাইদেউ জিলা বিজেপিৰ সাধাৰণ সম্পাদক অজন্ত বৰুৱাই ৷

MORE NEWS