Public App Logo
Jansamasya
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
Rahul
Indianews
New_delhi
Crpf
Viralvideo
Latestnews
No video available

মাহমৰা: দেওঘৰীয়া মিচিংগাঁৱত এমাহ ধৰি সন্ধানহীন যুৱক, কোনোবাই সন্ধান পালে আৰক্ষীক জনাবলৈ কাতৰ আহ্বান পৰিয়ালৰ

Mahmora, Charaideo | Feb 19, 2024
মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত দেওঘৰীয়া মিচিং গাঁৱত ১৭ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে গাঁওখনৰ দেওবৰ দলেৰ ৩৫ বছৰীয়া পুত্ৰ ৰাজকুমাৰ দলে। পৰিয়ালৰ লোকে ইতিমধ্যে কাকতিবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈ যুৱকজনৰ কোনো সন্ধান লাভ নকৰাত চিন্তিত হৈ পৰিছে। কোনো লোকে যুৱকজনৰ কিবা সন্ধান পালে আৰক্ষীৰ জৰিয়তে অৱগত কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে।

MORE NEWS