Public App Logo
Jansamasya
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
No video available

মাহমৰা: নিজখালৈঘুগুৰা পঞ্চায়তত ভাৰতীয় জনতা যুৱ মৰ্চাৰ মাহমৰা গ্ৰাম্য মণ্ডলৰ সভা, উপস্থিত জিলা সমিতিৰ সম্পাদক বিনোদ শৰ্মা

Mahmora, Charaideo | Feb 19, 2024
নিজখালৈঘুগুৰা পঞ্চায়তৰ মৈডুমনি যুৱ সংঘত আজি বিয়লি ভাৰতীয় জনতা যুৱ মঞ্চৰ মাহমৰা গ্ৰাম্য মণ্ডলৰ এখনি সাংগাঠনিক সভা অনুষ্ঠিত হয় ৷ স্থানীয় যুৱক-যুৱতীৰ উপস্থিতিত অনুষ্ঠিত এই সভাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদক বিনোদ শৰ্মা, মাহমৰা গ্ৰাম্য মণ্ডলৰ সভাপতি ক্ষীৰোদ লাহনসহ আন আন বিষয়ববীয়াসকল উপস্থিত থাকে ৷

MORE NEWS