Public App Logo
Jansamasya
���ादसा
News
Bjp
National
Bihar
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
Jharkhand
Rajasthan
���मित_शाह
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
���रियाणा
Haryana
Crimenews
Nda
School
Cbi
Mathura
Fatehpur
Jodhpur

আজাৰা: আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বাঁহীৰ অপূৰ্ব সুৰৰ মূৰ্ছনাৰে জগত জিনা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী দীপক শৰ্মাই বহু সৃষ্টিৰাজিৰে সাংস্কৃতিক জগতখনক মহীয়ান কৰি গৈছে৷ তেখেতৰ বাসগৃহত উপস্থিত হৈ প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা কৰে মুখ্যমন্ত্ৰীয়ে
আজাৰা: আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা - Azara News