সাপেখাতী: টিয়কীয়াত নিৰ্বাচনী ৰণডংকাত নামিল সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
মনোনয়ন পত্ৰ দাখিল কৰিয়েই যোৰহাট লোক সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈহৈ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে শনিবাৰে আবেলি দুই বজাত নিৰ্বাচনী ৰণডংকাত নামিল।বিজেপি চৰকাৰৰ উন্নয়নৰ শ্ল'গান দি আগন্তক লোকসভা নিৰ্বাচনত ৰাইজৰ পৰা ভোট বিচাৰি যোৰহাট লোকসভা প্ৰাৰ্থী তপন কুমাৰ গগৈক জয়ী কৰিবলৈ ৰাইজক আহ্বান জনায়।সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।