Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Police
Bihar
���िहार
���ीजेपी
Congress
Modi
Delhi
Viral
Crime
Odisha
Rajasthan
���मित_शाह
���िल्ली
Breakingnews
���हिला
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Cricket
���ेजस्वी_यादव
Uttarakhand
Crimenews
Kolkata

বিলাসীপাৰা ভাগ: ৰঙামাটি পঞ্চায়ত আৰু ফলিমাৰি কৃষ্ণকলি পঞ্চায়ত প্ৰতিনিধি সকলৰ দ্বায়িত্ব গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন বিধায়ক

ৰঙামাটি পঞ্চায়ত আৰু ফলিমাৰি কৃষ্ণকলি পঞ্চায়ত প্ৰতিনিধি সকলৰ দ্বায়িত্ব গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন বিধায়ক অশোক কুমাৰ শিংহি। প্ৰাক্তন বিধায়ক গৰাকী উপস্থিত থাকি সকলোকে আগন্তুক কৰ্মৰাজিৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে । উক্ত অনুষ্ঠানত জিলা সাধাৰণ সম্পাদক ৰমেশ ৰায় , মণ্ডল সভাপতি ধনঞ্জয় ৰায় , জিলা পৰিষদৰ সদস্য প্ৰতুল চন্দ্ৰ বৰ্মন , আঞ্চলিক পঞ্চায়তৰ সভাপতি বাবু হিতু ৰায়, বিলাসীপাৰা পৌৰসভাৰ উপ পৌৰপতি চন্দন দাসৰ লগতে পঞ্চায়ত প্ৰতিনিধি সকল উপস্থিত থাকে।

MORE NEWS