বাক্সা: শালবাৰীত স্বাধীনতা দিৱস উপলক্ষে মহকুমা প্ৰশাসনৰ বাইক ৰেলী কাৰ্যসূচী ৰূপায়ণ
Baska, Baksa | Aug 14, 2025 বাক্সা জিলাৰ মহকুমা সদৰ শালবাৰীত আজি আবেলি শালবাৰী মহকুমা প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱস উপলক্ষে এক বাইক ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি উলিওৱা এই বাইক ৰেলীৰ জৰিয়তে মহকুমা প্ৰশাসনে জনসাধাৰণৰ মাজত যান -বাহন চলোৱাৰ সজাগতা বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হৈছে বুলি শালবাৰী মহকুমাৰ মহকুমাধিপতি ঋতুত্তম বৰাই সদৰি কৰে।