Public App Logo
Jansamasya
���ादसा
News
Bjp
National
Bihar
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
���ाजस्थान
Jharkhand
Rajasthan
���ध्यप्रदेश
���मित_शाह
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
���रियाणा
Haryana
���ादी
Crimenews
Nda
School
Cbi

বাক্সা: মথনগুৰিত বিজেপিৰ যোগদান সভা অনুষ্ঠিত হয়, উপস্থিত থাকে বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস

Baska, Baksa | Aug 8, 2025
বাক্সা জিলাৰ মথনগুৰিত আজি বিজেপি দলৰ এখনি যোগদান সভা অনুষ্ঠিত হয়। বিটিআৰৰ সমাজকল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসৰ উপস্থিতিত মথনগুৰিৰ শিমলাগুৰি গাঁওৰ ৩৫ জনকৈ লোকে বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ বিজেপি দলত যোগদান কৰে। আজিৰ সভাত দলীয় নেতা কৰ্মীয়ে অংশগ্রহণ কৰে।

MORE NEWS

বাক্সা: মথনগুৰিত বিজেপিৰ যোগদান সভা অনুষ্ঠিত হয়, উপস্থিত থাকে বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস - Baska News