সোণাৰি: সোণাৰি সাপেখাতী ক্ৰীড়া সন্থাৰ নামত থকা সাপেখাতী মিনি ষ্টুডিয়ামৰ সমস্যা সমাধানৰ বাবে ৰাইজৰ দাবী
সোণাৰিৰ সাপেখাতী ক্ৰীড়া সন্থাৰ নামত থকা মিনিষ্টুডিয়াম খনৰ বিভিন্ন সমস্যা সমূহৰ সমাধানৰ্থে বৃস্পতিবাৰে তিনি বজাত ৰাইজে পাব্লিক এপৰ জৰিয়তে অভিযোগ কৰে।ষ্টুডিয়াম খন হাবি জংগলে ভৰি পৰিছে।বোকা পানীয়ে একাকাৰ ,অনুশীলন কৰিবলৈ খেলুৱৈ সকলে অসুবিধাৰ সন্মুখীন হ'ব লগা হয় বুলি ৰাইজে অভিযোগ কৰিছে।