Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
North_delhi
West_delhi
Notoadulteration
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Educationforall
Capacitybuilding
Worldwaterday
Railsafety
Chaitranavratri
���ंतर्राष्ट्रीय_वन_दिवस
Bipinrawat
Cds
rushtam378
No video available
8
সোণাৰি: সোণাৰিৰ বৰহাটত তিনি ফুট দীঘল দুই কেজি ওজনৰ এটা শকা সাপ উদ্ধাৰ
Sonari, Charaideo
| Jun 19, 2024
সোণাৰিৰ বৰহাটৰ নাহৰপুখুৰী গাঁৱৰ নিবাসী মৃদুল ৰাজকোঁৱৰ ঘৰত তিনিফুট দীঘল, দুই কেজি ওজনৰ এটা শকা সাপ বুধবাৰে সন্ধিয়া ছয় বজাত প্ৰকৃতিপ্ৰেমী অজয় এক্কা নামৰ লোক জনে ধৰি আনি বৰহাট আঞ্চলিক বন কাৰ্যালয়ত চমজাই দিয়ে।
MORE NEWS
সোণাৰি: সোণাৰিত পৌৰসভাৰ ৱাৰ্ড সদস্যৰ পুত্ৰৰ বিৰুদ্ধে শৌচাগাৰ নিৰ্মাণৰ নামত অনিয়ম সংঘটিত কৰাৰ অভিযোগ হিতাধিকাৰীৰ
Sonari, Charaideo | Jun 19, 2024
সোণাৰি: চৰাইদেউ চ্যুকাফা পৰ্যটন ভৱনৰ সমিপত ভয়ংকৰ পথ দুৰ্ঘটনা ৷তীব্ৰ বেগী বলেৰ বাহনে খুন্দিয়ালে ৱেগনাৰ বাহনক ৷আৰক্ষী উপস্থিত ৷
Sonari, Charaideo | Jun 19, 2024
সোণাৰি: চৰাইদেউ জিলা আবকাৰী বিভাগে কলিয়ামাটি, মাইবেলা নেপালী বস্তি,নিমনাগড় হাবি গাওঁত অবৈধ সুৰাৰ অভিযান চলাই ২২০ লিটাৰ পাছ নষ্ট
Sonari, Charaideo | Jun 19, 2024
সোণাৰি: চিংলৌ পথাৰ টঙীয়াত সংঘটিত শিশু হত্যাকাণ্ডৰ লগত জড়িত হত্যাকাৰী বিছু তাঁতীক আটক সোণাৰি আৰক্ষীৰ, ন্যায়িক জিম্মালৈ প্ৰেৰণ
Sonari, Charaideo | Jun 18, 2024
সোণাৰি: উদয়পুৰ ধানবাৰী গাঁৱত সংঘটিত হৈছে মাৰপিটৰ ঘটনা, ধুনু খদাল নামৰ যুৱকে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে একে গাঁৱৰ ময়ুৰ নায়কক
Sonari, Charaideo | Jun 18, 2024