সোণাৰি: চৰাইদেউ চ্যুকাফা পৰ্যটন ভৱনৰ সমিপত ভয়ংকৰ পথ দুৰ্ঘটনা ৷তীব্ৰ বেগী বলেৰ বাহনে খুন্দিয়ালে ৱেগনাৰ বাহনক ৷আৰক্ষী উপস্থিত ৷
চৰাইদেউ জিলাৰ চৰাইদেউ পৰ্যটন ভৱনৰ সমিপত ভয়ংকৰ পথ দুৰ্ঘটনা সোণাৰি পৰা শিৱসাগৰ অভিমুখে অহা NL 04 C 3707 নম্বৰ বলেৰ বাহনে তীব্ৰ বেগত আহি পৰ্যটন ভৱনৰ সমিপত পথৰ কাষত ৰখাই থোৱা AS 04 H 6113 নম্বৰ ৱেগনাৰ বাহনত খুন্দা মাৰে ৷ গুৰুত্বৰ ভাৱে আহত হয় ৱেগনাৰ বাহনৰ চালকজন ঘটনাস্থলিত টেঙাপুখুৰী আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷