Public App Logo
Jansamasya
हादसा
News
Bjp
National
Police
Bihar
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Nitishkumar
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
Uttarpradesh
Cbse
Uttarakhand
Crimenews

ওদালগুৰি: ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়ত মন্ত্ৰী চৰণ বড়োক সভাপতি হিচাপে লৈ নতুন পৰিচালনা সমিতি গঠন

Udalguri, Udalguri | Nov 22, 2025
ওদালগুৰি জিলাৰ ৪৭নং মাজবাট বিধান সভা সমষ্টিৰ ওৰাঙৰ মৌজাৰ ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়খন এক গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান হিচাপে পৰিগণিত হৈ আহিছে ৷এই খন মহাবিদ্যালয়ৰ পৰিচালনা সমিতি গঠন কৰাৰ উদেশ্য এখনি সাধৰণ সভাখনি ২২ নবেম্বৰত অনুষ্ঠিত হৈ যায় ৷সভাত সভাপতিত্বত কৰে পূৰ্বৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি মন্টু বসুমতাৰীয়ে । সভাৰ উদেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ উৎপল কুমাৰ হাজাঙে । সভাখন আতধৰে মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ৰমেশ দাহালে ।

MORE NEWS

ওদালগুৰি: ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়ত মন্ত্ৰী চৰণ বড়োক সভাপতি হিচাপে লৈ নতুন পৰিচালনা সমিতি গঠন - Udalguri News