সোণাৰি: বৰাকৰ পৰা মাত্ৰ এজন লোকে কা'ৰ জৰিয়তে নাগৰিকত্বৰ বাবে আবেদন কৰিছে, সাপেখাতীত জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে
আজি যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ চৰাইদেউ জিলাৰ সাপেখাতী প্ৰচাৰসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে জনালে আজি পৰ্যন্ত বৰাকৰ পৰা ১ জন লোকে কা'ৰ জড়িয়তে নাগৰিকত্ব আবেদন কৰিছে ।