সোণাৰি: মথুৰাপুৰ আৰক্ষী আৰু চৰাইদেউ জিলা আবকাৰী বিভাগে মাইবেলা নেপালী বস্তিত অবৈধ সুৰাৰ অভিযান চলাই ১৯০ লিটাৰ পাছ নষ্ট
চৰাইদেউ মথুৰাপুৰ আৰক্ষী থানাৰ এলেকাৰ মাইবেলা নেপালী বস্তি আৰু মথুৰাপুৰত চৰাইদেউ জিলা আবকাৰী বিভাগ আৰু মথুৰাপুৰ আৰক্ষী থানাৰ যৌথ প্ৰচেষ্টাত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই চুলাই মদৰ পাছ ১৯০ লিটাৰ বিক্ৰীৰ বাবে ৰখা চুলাই মদ ১২ লিটাৰ নষ্ট কৰে ৷লগতে চৰাইদেউ জিলা আবকাৰী বিভাগে ১ টাকৈ গোচৰ ৰুজো কৰিছে সুৰা প্ৰস্তুতকাৰীৰ বিৰুদ্ধে ৷