Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

নলবাৰী: BJP জিলা কাৰ্যালয়ত আগন্তুক বিধানসভা নিৰ্বাচনক লৈ সমষ্টি সমিতিৰ প্ৰভাৰীৰ সৈতে জিলা সভাপতি জয়ন্ত কুমাৰ বুজৰবৰুৱাৰ বৈঠক

Nalbari, Nalbari | Nov 27, 2025
আজি ভাৰতীয় জনতা পাৰ্টি, নলবাৰী জিলা কাৰ্যালয়ত আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলাৰ অন্তৰ্গত বৰক্ষেত্ৰী সমষ্টি, নলবাৰী সমষ্টি আৰু টিহু সমষ্টিৰ নৱনিযুক্ত সমষ্টি প্ৰভাৰী আৰু সমষ্টি সংযোজক সকলৰ সৈতে এক বৈঠকত অংশগ্ৰহণ কৰে জিলা বিজেপিৰ সভাপতি জয়ন্ত কুমাৰ বুজৰবৰুৱাই

MORE NEWS