Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
बिहार
बीजेपी
भाजपा
विधायक
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
पटना
Rahulgandhi
Haryana
Crimenews
Bareilly
Breaking
Election
Politics
उत्तराखंड

ওদালগুৰি: ওৰাঙৰ ফটাশিমলুত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী বুলেট বাহনে খুন্দা মাৰিলে চলন্ত ট্ৰাকত

Udalguri, Udalguri | Nov 28, 2025
ওৰাং থানাৰ অন্তৰ্গত ফটাশিমলু তিনিআলিৰ টাৰ্ণিংত শিলবৰীৰ পৰা বৰছলা মুখী বুলেট গাড়ীয়ে ঢেকিয়াজুলিৰ পৰা দলগাঁও অভিমুখী চলন্ত ট্ৰাকত খুন্দা মাৰে।ফলত বুলেট বাইকৰ এজন লোক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় আৰু স্থানীয় ৰাইজৰ সহযোগত ঢেকিয়াজুলি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।বাইকৰ যাত্ৰী গৰাকীয়ে ভৰিত গুৰুতৰ ভাৱে দুখ পাইছে বুলি স্থানীয় ৰাইজে জনাইছে। বুলেট বাইকৰ নম্বৰ হৈছে AS2A A3215 আৰু ট্ৰাক গাড়ী খনৰ নম্বৰ হৈছে AS01 HC1047. বুলেট বাইকৰ সন্মুখ ভাগ ভাঙি যথেষ্ট ক্ষতি হৈছে।