Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
चुनाव
बीजेपी
भाजपा
Congress
Modi
Delhi
Viral
Jharkhand
Up
Rajasthan
Bollywood
Patna
Breakingnews
महिला
Narendramodi
Nitishkumar
Madhya_pradesh
Cm
Madhyapradesh
Ahmedabad
Pmmodi
Rahulgandhi

বিশ্বনাথ: ৱাকিংজনত বিভিন্ন সময়ত অবাঞ্চিত ঘটনা সম্পৰ্কে জাতীয় সংগঠনৰ পৌৰপতিৰ কাৰ্যালয়ত জৰুৰী বৈঠক সম্পন্ন

Biswanath, Biswanath | Aug 2, 2025
যোৱা বৃহস্পতিবাৰে বিশ্বনাথ চাৰিআলি ৱাকিংজনত সংঘটিত হোৱা অবাঞ্চিত মাৰপিটৰ ঘটনাৰ সন্দৰ্ভত বিশ্বনাথ জিলা ছাত্ৰ সন্থা আৰু অসম সেনা বিশ্বনাথৰ আহ্বায়ক সমিতিয়ে গভীৰ উদ্দেগ প্ৰকাশ কৰাৰ লগতে অনাগত দিনত এনে ঘটনা নহ'বলৈ দুটামান তৎকালীন পদক্ষেপ গ্ৰহণ কৰে ।বিশ্বনাথ জিলা ছাত্ৰ সন্থা আৰু অসম সেনাৰ এটি সজাতি দল যৌথ ভাৱে বিশ্বনাথৰ পৌৰপতি সাক্ষাৎ কৰি উক্ত বিষয়ত এক বিশেষ আলোচনাত মিলিত হৈ ৱাকিংজনৰ সেই স্থানত পৰ্যাপ্ত পৰিমাণৰ পোহৰৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰে।

MORE NEWS