আজাৰা: ৫৮ সংখ্যক মিৰ্জা ৰাস মহোৎসৱ উন্মোচন মন্ত্ৰী ৰণোজ পেগুৰ
৫৮ সংখ্যক মিৰ্জা ৰাস মহোৎসৱ উন্মোচন মন্ত্ৰী ৰণোজ পেগুৰ । ১২দিনীয়াকৈ অনুষ্ঠিত হব লগা ৰাস মহোৎসৱ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ উপস্থিতিত উন্মোচন কৰে মন্ত্ৰী গৰাকীয়ে । মিৰ্জা ৰাস মহোৎসৱত ৩০টাকৈ কোঠালীত শ্ৰীকৃষ্ণৰ ৰাসলীলা দেখুওৱা হৈছে।