Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
बिहार
कांग्रेस
बीजेपी
विधायक
Congress
Modi
Delhi
Viral
Crime
Odisha
Rajasthan
अमित_शाह
दिल्ली
Breakingnews
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Cricket
तेजस्वी_यादव
शादी
Crimenews
Kolkata

তিনিচুকীয়া: মাকুম ৰোডত লায়ন্স ক্লাৱৰ ৬১ বছৰীয়া প্ৰতিষ্ঠা দিৱস অনুষ্ঠান

Tinsukia, Tinsukia | Nov 27, 2025
১৯৬৪ চনতে প্ৰতিষ্ঠা লাভ কৰা লায়ন্স ক্লাব অফ তিনিচুকীয়া যোৱা ভালেকেইটা দশক ধৰি তিনিচুকীয়া অঞ্চলত শিক্ষা, প্ৰকৃতি,স্বাস্থ্য আদি বিভিন্ন দিশত বহুতো অৰিহণা যোগাই আহিছে । তেনে এটা মহান ক্লাৱৰ ৬১বৰ্ষত পর্দাপৰ্ণ কৰাত বৃহস্পতিবাৰে সন্ধ্যা ৭ বজাত তিনিচুকীয়াৰ মাকুম ৰোডত বিস্তৃত কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰে । অনুষ্ঠানত জিলা গবৰ্ণৰ গৰাকী উপস্থিত থাকি উৎসাহ উদ্দীপনা যোগাই । লগতে ভালেসংখ্যক আমন্ত্ৰিত বিশিষ্ট ব্যক্তি সকল অনুষ্ঠানত উপস্থিত থাকে ।