বাক্সা: আজি ভাৰতীয় জনতা পাৰ্টী,তামুলপুৰ জিলাৰ OBC মৰ্চাৰ উদ্যোগত আয়োজিত বিশেষ সাংগঠনিক সভা অনুষ্ঠিত
Baska, Baksa | Nov 22, 2025 আজি ভাৰতীয় জনতা পাৰ্টী,তামুলপুৰ জিলাৰ OBC মৰ্চাৰ উদ্যোগত আয়োজিত বিশেষ সাংগঠনিক সভা অনুষ্ঠিত। আজি ভাৰতীয় জনতা পাৰ্টী,তামুলপুৰ জিলাৰ OBC মৰ্চাৰ উদ্যোগত আয়োজিত সভাত আগন্তক ২৬ৰ নিৰ্বাচন লৈ সভা অনুষ্ঠিত কৰে ।