উত্তৰ গুৱাহাটী ভাগ: আমিনগাঁৱত আছুৰ উত্তাল প্ৰতিবাদ,মৌলবাদী শক্তি ৰোধ, অবৈধ বিদেশী বহিস্কাৰৰ দাবীত সদৌ কামৰূপ ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ
মঙলবাৰে আমিনগাঁৱত আছুৰ উত্তাল প্ৰতিবাদ।মৌলবাদী শক্তি ৰোধ, অবৈধ বিদেশী বহিস্কাৰ, বাংলাদেশ সীমান্ত বন্ধ কৰাৰ দাবীত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদল । আমিনগাঁওস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কামৰূপ জিলা ছাত্ৰ সন্থাৰ।