কমলপুৰ: কমলপুৰত ন-কংগ্ৰেছী সত্যব্ৰত কলিতাৰ বিৰুদ্ধে প্ৰতিবাদ একাংশ কংগ্ৰেছীৰ, ‘সত্যব্ৰত কলিতা মুৰ্দাবাদ’ ধ্বনিৰে উত্তাল প্ৰতিবাদ
সোমবাৰে কমলপুৰত ন-কংগ্ৰেছী সত্যব্ৰত কলিতাৰ বিৰুদ্ধে প্ৰতিবাদ কমলপুৰৰ একাংশ কংগ্ৰেছীৰ। ‘সত্যব্ৰত কলিতা মুৰ্দাবাদ’ ধ্বনিৰে উত্তাল কমলপুৰ। সত্যব্ৰত কলিতাক কোনো কাৰণতে কংগ্ৰেছে মানি ল’ব নোৱাৰোঃ প্ৰতিবাদকাৰী