সোণাৰি: আহুখাট গাঁও পঞ্চায়তৰ বিজেপিৰ ৭৬ নং বুথত গুৰুত্বপূৰ্ণ আলোচনা সভা
আহুখাট গাঁও পঞ্চায়তৰ বিজেপিৰ ৭৬ নং বুথত গুৰুত্বপূৰ্ণ আলোচনা সভা।আহুখাট গাঁও পঞ্চায়তত বিজেপিৰ ৭৬ নং বুথত জিলাৰ পৰা নিযুক্তি দিয়া বুথৰ প্ৰভাৰী দুলু কলিতাৰ উপস্থিতিত দেওবাৰে দিনৰ প্ৰায় তিনি বজাত এখনি গুৰুত্বপূৰ্ণ আলোচনা সভা অনুষ্ঠিত হয়।এই আলোচনা সভাত বুথৰ আৰু মহিলা মৰ্চাৰ সকলো কাৰ্যকৰ্তা উপস্থিত থাকে।