সোণাৰি: দেওবাৰে সোণাৰি বিজেপি কাৰ্যালয়ত যুৱ মৰ্চা ৰাজ্যিক সভাপতি সিধাৰ্থ অংকুৰ বৰুৱাৰ সাংগঠনিক সভাত অংশগ্ৰহণ
দেওবাৰে দিনৰ ১বজাত চৰাইদেউ জিলা ভাৰতীয় জনতা পার্টি সোণাৰী কাৰ্যালয়ত যুৱ মৰ্চা ৰাজ্যিক সভাপতি সিধাৰ্থ অংকুৰ বৰুৱা উপস্থিত হৈ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰে। লগতে উক্ত সভাত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্রী যোগেন মহনৰ লগতে দলৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মী ।