সাপেখাতী: চৰাইপুঙত নগাহাট বৰ নামঘৰ উদ্যোগত অবিৰতভাগৱত পাঠ সামৰণি অনুষ্ঠানত বিজেপি যুৱ মৰ্চাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি ৰূপম গগৈ
নগাহাট বৰনাম গৃহৰ উদ্যোগত বৃহত্তৰ চৰাইপুং অঞ্চলৰ ১২টা নামগৃহৰ সহযোগত অবিৰত ভাগৱ পাঠ তথা ব্যাখ্যা আজি শুক্ৰবাৰে সন্ধিয়া ৫ বজাত সামৰণি পৰে।উল্লেখ্য যে বৃহত্তৰ চৰাইপুং অঞ্চলৰ ১২টা নামগৃহৰ অগনন ভক্তৰ সমাবেশে ভাগৱত পাঠ তথা ব্যাখ্যা সামৰণি পৰে।