মা আহি আছে, আৰু কেইটামান দিনৰ পাছতেই আৰম্ভ হ’ব শাৰদীয় দুৰ্গোৎসৱ। সকলো সাজু তো?
এইবাৰ আপোনালোকৰ অঞ্চলত কেনেধৰণৰ পূজা পেণ্ডেল নিৰ্মাণ কৰা হৈছে আৰু কি ধৰণৰ থীমেৰে পেণ্ডেল সজাইছে, সেই বিষয়ে জনাবলৈ যোগাযোগ কৰক নিউজ লাইভ বাংলাৰ সৈতে।
📍 হোজাই আৰু লংকাৰ সকলো পূজা পেণ্ডেলৰ পৰা খবৰ আমাক জনাওক।
জয় মা দুৰ্গা 🙏
📞 যোগাযোগ: 7002630005
Hojai, Hojai | Sep 9, 2026