লংকা আৰক্ষী পথ সুৰক্ষা আৰু সজাগতা বৃদ্ধিৰ লক্ষ্যৰে এক বিশেষ অভিযান চলায় বিনামূলীয়াকৈ এটাকৈ হেলমেট প্ৰদান কৰা হয়। আনহাতে, যিসকল সচেতন নাগৰিকে হেলমেট পৰিধান কৰি আহিছিল, তেওঁলোকক উৎসাহিত কৰাৰ উদ্দেশ্যে এটাকৈ চকলেট উপহাৰ দিয়া হয়।
Hojai Police
@
Hojai, Hojai | Jun 20, 2026