Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
बिहार
कांग्रेस
Congress
Modi
Delhi
Viral
Jharkhand
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews

নলবাৰী: চহৰত CITU জিলা সমিতিৰ বিক্ষোভ কাৰ্য্যসূচী

Nalbari, Nalbari | Nov 26, 2025
নলবাৰীত CITU জিলা সমিতিৰ বিক্ষোভ কাৰ্য্যসূচী । শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰা আৰু শ্ৰম কোডৰ চৰকাৰী জাননী অতিশীঘ্ৰে বাতিল কৰাৰ দাবীত দেশজুৰি শ্ৰমিক বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য য়ে শ্ৰম বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এই বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰে সংগঠন টোৱে। আনহাতে বিভিন্ন শ্লোগানৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

MORE NEWS

♦নলবাৰীৰ 'লগুণ' বিতৰ্কৰ অৱসান !
♦NEET পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থী প্ৰাচুৰ্য ভৰদ্বাজক ব্ৰাহ্মণ সমাজৰ ধৰ্মীয় প্ৰতীক 'লগুণ' খুলিবলৈ বাধ্য কৰোৱা দুই আৰক্ষীয়ে খুজিলে ক্ষমা
 ♦বিল্বেশ্বৰ দেৱালয়ত উপ আৰক্ষী বিষয়া কুসুম বসুমতাৰী আৰু কনিষ্টবল পৱন কলিতাই কৰিলে আত্মশুদ্ধি
#nalbarilaguncontroversy
#policeofficerbegpardon
#billweswar
#temple 
#neetexam 
#axombroadcast24

♦নলবাৰীৰ 'লগুণ' বিতৰ্কৰ অৱসান ! ♦NEET পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থী প্ৰাচুৰ্য ভৰদ্বাজক ব্ৰাহ্মণ সমাজৰ ধৰ্মীয় প্ৰতীক 'লগুণ' খুলিবলৈ বাধ্য কৰোৱা দুই আৰক্ষীয়ে খুজিলে ক্ষমা ♦বিল্বেশ্বৰ দেৱালয়ত উপ আৰক্ষী বিষয়া কুসুম বসুমতাৰী আৰু কনিষ্টবল পৱন কলিতাই কৰিলে আত্মশুদ্ধি #nalbarilaguncontroversy #policeofficerbegpardon #billweswar #temple #neetexam #axombroadcast24

Nalbari, Nalbari | Jun 23, 2026

♦বৰভাগৰ কালাগ ডাকঘৰৰ কাম-কাজ পুনৰ কালাগৰ পৰা আৰম্ভ কৰাৰ দাবীত সৰৱ স্থানীয় ৰাইজ 
♦ৰাইজৰ দাবী অক্ষুন্ন ৰাখিব লাগিব ডাকঘৰটোৰ পূৰ্বৰ মৰ্য্যাদা
♦ডাক বিভাগৰ নলবাৰী-বৰপেটা সংমণ্ডলৰ অধীক্ষকক দাবী সন্দৰ্ভত সাক্ষাৎ কৰিব আহি সৰৱ হৈ উঠিল দীৰ্ঘদিন ধৰি হাৰাশাস্তিৰ সন্মুখীন হৈ অহা সচেতন ৰাইজ
♦উল্লেখ্য যে বিগত এঘাৰ জানুৱাৰীৰ নিশা সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডত জাহ গৈছিল শতিকা পূৰণি ডাকঘৰটো 
♦সম্প্ৰতি ডাকঘৰটোৰ কাম-কাজ কমাৰকুছি ডাকঘৰৰ পৰা চলি আছে
#nalbari 
#postoffice 
#kalag 
#restarting 
#demandbypeople 
#axombroadcast24

♦বৰভাগৰ কালাগ ডাকঘৰৰ কাম-কাজ পুনৰ কালাগৰ পৰা আৰম্ভ কৰাৰ দাবীত সৰৱ স্থানীয় ৰাইজ ♦ৰাইজৰ দাবী অক্ষুন্ন ৰাখিব লাগিব ডাকঘৰটোৰ পূৰ্বৰ মৰ্য্যাদা ♦ডাক বিভাগৰ নলবাৰী-বৰপেটা সংমণ্ডলৰ অধীক্ষকক দাবী সন্দৰ্ভত সাক্ষাৎ কৰিব আহি সৰৱ হৈ উঠিল দীৰ্ঘদিন ধৰি হাৰাশাস্তিৰ সন্মুখীন হৈ অহা সচেতন ৰাইজ ♦উল্লেখ্য যে বিগত এঘাৰ জানুৱাৰীৰ নিশা সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডত জাহ গৈছিল শতিকা পূৰণি ডাকঘৰটো ♦সম্প্ৰতি ডাকঘৰটোৰ কাম-কাজ কমাৰকুছি ডাকঘৰৰ পৰা চলি আছে #nalbari #postoffice #kalag #restarting #demandbypeople #axombroadcast24

Nalbari, Nalbari | Jun 23, 2026

🛑বৰদৈচিলা থিয়েটাৰত মঞ্চস্থ হ'ব লগা গীতৰ অডিঅ'-ভিডিঅ' মুকলি 
🛑মুকলি কৰা হ'ল অভিজিৎ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত আৰু পৰিচালিত "মৰি যাম তোৰ বাবে" নাটকখনিৰ "একে একে দুই হ'ল" শীৰ্ষক গীতটি 
🛑গীতটিৰ কথা অভিজিৎ ভট্টাচাৰ্য আৰু অজয় ফুকনৰ 
🛑মহানগৰীৰ ৰাজগড়স্থিত মা ষ্টুডিঅ'ত মুকলি কৰা হয় গীতটিৰ অডিঅ'-ভিডিঅ'
#songrelease 
#theatre 
#bardoisila 
#axombroadcast24

🛑বৰদৈচিলা থিয়েটাৰত মঞ্চস্থ হ'ব লগা গীতৰ অডিঅ'-ভিডিঅ' মুকলি 🛑মুকলি কৰা হ'ল অভিজিৎ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত আৰু পৰিচালিত "মৰি যাম তোৰ বাবে" নাটকখনিৰ "একে একে দুই হ'ল" শীৰ্ষক গীতটি 🛑গীতটিৰ কথা অভিজিৎ ভট্টাচাৰ্য আৰু অজয় ফুকনৰ 🛑মহানগৰীৰ ৰাজগড়স্থিত মা ষ্টুডিঅ'ত মুকলি কৰা হয় গীতটিৰ অডিঅ'-ভিডিঅ' #songrelease #theatre #bardoisila #axombroadcast24

Nalbari, Nalbari | Jun 21, 2026