Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
बिहार
कांग्रेस
Congress
Modi
Delhi
Viral
Jharkhand
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews

নলবাৰী: চহৰত বিজেপিৰ সাংগঠনিক বৈঠক উপস্থিত নলবাৰী নগৰ উন্নয়নৰ অধ্যক্ষ বনদ্বীপ ডেকা

Nalbari, Nalbari | Nov 28, 2025
আজি দিনৰ ভাগত নলবাৰী বিধানসভা সমষ্টিৰ শক্তিকেন্দ্ৰৰ অন্তৰ্গত ১১০,১১১,১১২ বুথৰ পৃষ্ঠা প্ৰমুখ সকলৰ লগত মিলিত হৈ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কিছু সাংগঠনিক বৈঠক নলবাৰী নগৰ উন্নয়নৰ অধ্যক্ষ বনদ্বীপ ডেকাৰ ।

MORE NEWS

♦নলবাৰীৰ 'লগুণ' বিতৰ্কৰ অৱসান !
♦NEET পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থী প্ৰাচুৰ্য ভৰদ্বাজক ব্ৰাহ্মণ সমাজৰ ধৰ্মীয় প্ৰতীক 'লগুণ' খুলিবলৈ বাধ্য কৰোৱা দুই আৰক্ষীয়ে খুজিলে ক্ষমা
 ♦বিল্বেশ্বৰ দেৱালয়ত উপ আৰক্ষী বিষয়া কুসুম বসুমতাৰী আৰু কনিষ্টবল পৱন কলিতাই কৰিলে আত্মশুদ্ধি
#nalbarilaguncontroversy
#policeofficerbegpardon
#billweswar
#temple 
#neetexam 
#axombroadcast24

♦নলবাৰীৰ 'লগুণ' বিতৰ্কৰ অৱসান ! ♦NEET পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থী প্ৰাচুৰ্য ভৰদ্বাজক ব্ৰাহ্মণ সমাজৰ ধৰ্মীয় প্ৰতীক 'লগুণ' খুলিবলৈ বাধ্য কৰোৱা দুই আৰক্ষীয়ে খুজিলে ক্ষমা ♦বিল্বেশ্বৰ দেৱালয়ত উপ আৰক্ষী বিষয়া কুসুম বসুমতাৰী আৰু কনিষ্টবল পৱন কলিতাই কৰিলে আত্মশুদ্ধি #nalbarilaguncontroversy #policeofficerbegpardon #billweswar #temple #neetexam #axombroadcast24

Nalbari, Nalbari | Jun 23, 2026

♦বৰভাগৰ কালাগ ডাকঘৰৰ কাম-কাজ পুনৰ কালাগৰ পৰা আৰম্ভ কৰাৰ দাবীত সৰৱ স্থানীয় ৰাইজ 
♦ৰাইজৰ দাবী অক্ষুন্ন ৰাখিব লাগিব ডাকঘৰটোৰ পূৰ্বৰ মৰ্য্যাদা
♦ডাক বিভাগৰ নলবাৰী-বৰপেটা সংমণ্ডলৰ অধীক্ষকক দাবী সন্দৰ্ভত সাক্ষাৎ কৰিব আহি সৰৱ হৈ উঠিল দীৰ্ঘদিন ধৰি হাৰাশাস্তিৰ সন্মুখীন হৈ অহা সচেতন ৰাইজ
♦উল্লেখ্য যে বিগত এঘাৰ জানুৱাৰীৰ নিশা সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডত জাহ গৈছিল শতিকা পূৰণি ডাকঘৰটো 
♦সম্প্ৰতি ডাকঘৰটোৰ কাম-কাজ কমাৰকুছি ডাকঘৰৰ পৰা চলি আছে
#nalbari 
#postoffice 
#kalag 
#restarting 
#demandbypeople 
#axombroadcast24

♦বৰভাগৰ কালাগ ডাকঘৰৰ কাম-কাজ পুনৰ কালাগৰ পৰা আৰম্ভ কৰাৰ দাবীত সৰৱ স্থানীয় ৰাইজ ♦ৰাইজৰ দাবী অক্ষুন্ন ৰাখিব লাগিব ডাকঘৰটোৰ পূৰ্বৰ মৰ্য্যাদা ♦ডাক বিভাগৰ নলবাৰী-বৰপেটা সংমণ্ডলৰ অধীক্ষকক দাবী সন্দৰ্ভত সাক্ষাৎ কৰিব আহি সৰৱ হৈ উঠিল দীৰ্ঘদিন ধৰি হাৰাশাস্তিৰ সন্মুখীন হৈ অহা সচেতন ৰাইজ ♦উল্লেখ্য যে বিগত এঘাৰ জানুৱাৰীৰ নিশা সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডত জাহ গৈছিল শতিকা পূৰণি ডাকঘৰটো ♦সম্প্ৰতি ডাকঘৰটোৰ কাম-কাজ কমাৰকুছি ডাকঘৰৰ পৰা চলি আছে #nalbari #postoffice #kalag #restarting #demandbypeople #axombroadcast24

Nalbari, Nalbari | Jun 23, 2026

🛑বৰদৈচিলা থিয়েটাৰত মঞ্চস্থ হ'ব লগা গীতৰ অডিঅ'-ভিডিঅ' মুকলি 
🛑মুকলি কৰা হ'ল অভিজিৎ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত আৰু পৰিচালিত "মৰি যাম তোৰ বাবে" নাটকখনিৰ "একে একে দুই হ'ল" শীৰ্ষক গীতটি 
🛑গীতটিৰ কথা অভিজিৎ ভট্টাচাৰ্য আৰু অজয় ফুকনৰ 
🛑মহানগৰীৰ ৰাজগড়স্থিত মা ষ্টুডিঅ'ত মুকলি কৰা হয় গীতটিৰ অডিঅ'-ভিডিঅ'
#songrelease 
#theatre 
#bardoisila 
#axombroadcast24

🛑বৰদৈচিলা থিয়েটাৰত মঞ্চস্থ হ'ব লগা গীতৰ অডিঅ'-ভিডিঅ' মুকলি 🛑মুকলি কৰা হ'ল অভিজিৎ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত আৰু পৰিচালিত "মৰি যাম তোৰ বাবে" নাটকখনিৰ "একে একে দুই হ'ল" শীৰ্ষক গীতটি 🛑গীতটিৰ কথা অভিজিৎ ভট্টাচাৰ্য আৰু অজয় ফুকনৰ 🛑মহানগৰীৰ ৰাজগড়স্থিত মা ষ্টুডিঅ'ত মুকলি কৰা হয় গীতটিৰ অডিঅ'-ভিডিঅ' #songrelease #theatre #bardoisila #axombroadcast24

Nalbari, Nalbari | Jun 21, 2026