Public App Logo
Jansamasya
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
No video available

সোণাৰি: মথুৰাপুৰ বাউলি পুখুৰী হাবি গাঁৱৰ এগৰাকী ২৩বছৰীয়া যুৱতী নিৰুদ্দেশ, শনিবাৰে মথুৰাপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল পৰিয়ালৰ

Sonari, Charaideo | Mar 9, 2024
জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বাউলি পুখুৰী হাবি গাঁৱৰ মমতা গুৰুং চাহু নামৰ এগৰাকী ২৩বছৰীয়া যুৱতী নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈছে ৷ নিজ বাসগৃহৰ পৰা যোৱা ৭ মাৰ্চত নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত শনিবাৰে মথুৰাপুৰ আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে । সম্প্ৰতি ঘটনাৰ সন্দৰ্ভত মথুৰাপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।