Public App Logo
Jansamasya
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
No video available

সোণাৰি: মথুৰাপুৰ কৈলাশ ধামত শুক্ৰবাৰৰ পৰা শিৱৰাত্ৰী আয়োজন ।

Sonari, Charaideo | Mar 8, 2024
মথুৰাপুৰ কৈলাশ ধামত শুক্ৰবাৰৰ পৰা শিৱৰাত্ৰী আয়োজন । আজি শিৱৰাত্ৰী । দেশৰ লগতে চৰাইদেউৰ বিভিন্ন প্ৰান্তত শিৱ মন্দিৰ, ধাম সমুহত শিৱ-পাৰ্বতীক আৰাধনা কৰা হৈছে । প্ৰতিবছৰৰ দৰে চৰাইদেউ মথুৰাপুৰ কৈলাশ ধামটো শিৱৰাত্ৰী আয়োজন কৰা হৈছে । ভক্ত সকলে পুৱাৰে পৰা ধুপ নৈৱদ্যৰে শিৱ বাবাৰ পূজা আৰ্চনা কৰি বিপদমুক্ত, সংসাৰৰ কল্যাণ সাধন, মনোকামনা পুৰণৰ কামনা কৰে ।

MORE NEWS